অপেক্ষা

অপেক্ষা

অপেক্ষা
   ---------------

ক্ষণিকৰ বাবে হেৰাই যায়
জীৱনৰ হেঙুলীয়া সপোন
বুকুত  সন্তৰ্পনে বাঢ়ি আহে দুখ...

সেমেকা শেতেলী তিয়াই
শোকৰ অশ্রুৰ বন্যা
তথাপিও অন্তহীন অপেক্ষা
একাজলি পোহৰ বিচাৰি
জীৱনৰ নতুন যাত্ৰা..।

Post a Comment

0 Comments