Home
About
Contact
Home
Assamese Poem
Home
অসমীয়া শ্বায়েৰী
অসমীয়া শ্বায়েৰী
MOUCHUMI KALITA
8:04 AM
(এক)
বতাহজাকক সুধিলোঁ তোমাৰ খবৰ,
বতাহজাকক সুধিলোঁ তোমাৰ খবৰ,
অভিমানী কলিজাত সপোন সিঁচি
বতাহজাক জানো কেনি গুচি গ'ল।
(দুই)
সময়ৰ লগত তুমিও সলনি হ'লা,
সময়ৰ লগত তুমিও সলনি হ'লা,
মইতো তোমাৰেই আছিলোঁ
তুমিহে চিনি নাপালা।
Post a Comment
0 Comments
Social Plugin
About Me
View my complete profile
Popular Posts
এমুঠি স্তৱক
4:53 AM
মা
6:35 AM
পশ্চিমৰ অস্তমিত বেলি
1:37 AM
Facebook
Categories
Tags
0 Comments